পৱিত্ৰ গংগা নদীত ইফতাৰ পাৰ্টী কৰা ১৪ মুছলমান যুৱকক গ্ৰেপ্তাৰ
উত্তৰ প্ৰদেশৰ বাৰাণসীত গংগা নদীত ইফতাৰ পাৰ্টি অনুষ্ঠিত কৰাৰ অভিযোগত ১৪গৰাকী মুছলমান যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
মঙলবাৰে পঞ্চগংগা ঘাটৰ সমীপত নাৱত ইফতাৰ পাৰ্টি আয়োজনৰ সময়ত চিকেন বিৰিয়ানী খোৱাৰ পিছত বাকী খাদ্য গংগা নদীত পেলোৱাৰ অভিযোগত ২০ বছৰীয়া ১৪গৰাকী স্থানীয় যুৱকক আৰক্ষীয়ে চিনাক্ত কৰি জিম্মাত লৈছে।
বাৰাণসীৰ সহকাৰী আৰক্ষী আয়ুক্তই কয় যে…
Read More...