৬০টা ৰাম ভজন মুকলি কৰিলে প্রধানমন্ত্রীয়ে
🔹 প্রাণ প্রতিষ্ঠা উৎসৱৰ প্রৱেশ–পত্র মুকলি শ্রীৰাম জনমভূমি তীর্থক্ষেত্র ন্যাসৰ
🔹 কিউআৰ ক’ড স্কেন কৰাৰ পিছতহে প্রৱেশ কৰিব পাৰিব
বিশেষ বাৰ্তা, ২০ জানুৱাৰী : বহুপ্রতীক্ষিত অযোধ্যাৰ ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা উৎসৱৰ প্রায় ৬০ ঘণ্টা পূর্বেই কোটি কোটি ৰামভক্তৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে মন্দিৰৰ গর্ভগৃহত প্রতিষ্ঠা কৰা বালক ৰামৰ মূর্তিৰ মুখমণ্ডল৷…
Read More...