ইৰানলৈ বিশাল যুদ্ধ জাহাজ-সেনাৰ দল প্রেৰণ আমেৰিকাৰ
🔹 যুদ্ধৰ দামামা বজাই মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে প্রকাশ কৰিলে উদ্বেগজনক তথ্য
নিউজ ডেস্ক, ২৪ জানুৱাৰী : ইৰানলৈ বৃহৎ সৈন্য দল আৰু বৃহৎ যুদ্ধ জাহাজ প্রেৰণৰ কথা প্রকাশ কৰিছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ স্বাভাৱিকতেই মার্কিন ৰাষ্ট্রপতিগৰাকীৰ এই ঘোষণাৰ পিছতেই জল্পনা–কল্পনা বৃদ্ধি পাইছে যে তেহৰানৰ ওপৰত সামৰিক পদক্ষেপ ল’বলৈ আগবাঢ়িছে…
Read More...