মহাসাগৰৰ তলিতো প্রচণ্ড তাপ প্রবাহৰ প্রভাৱ
নিয়মীয়া বাৰ্তা, ২১মাৰ্চ: গোলকীয় উষ্ণতাৰ বাবে পৃথিৱীৰ উপৰিভাগত তাপমাত্রা বৃদ্ধি পোৱা বুলি বিজ্ঞানীসকল উদ্বিগ্ণ হৈ থকাৰ মাজতেই এইবাৰ মহাসাগৰৰ তলতো প্রচণ্ড তাপ প্রবাহৰ স্থিতি ধৰা পেলাইছে বিজ্ঞানীয়ে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ নেচনেল অ’চেনিক এণ্ড এটম’ছফেৰিক এডমিনিষ্ট্রেচন (এন’এএ)ৰ গৱেষক–বিজ্ঞানী দল এটাই প্রথমবাৰৰ বাবে মহাসাগৰৰ তলতো প্রচণ্ড তাপ প্রবাহৰ…
Read More...