৯ নৱেম্বৰত বিমুদ্রাকৰণৰ বিৰুদ্ধে গোচৰৰ শুনানি
নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ মোদী চৰকাৰৰ বিমুদ্রাকৰণৰ সিদ্ধান্ত প্রাসংগিক আছিলনে নাই তাক লৈ বিচাৰ কৰিবলৈ উদ্যোগী হৈছে উচ্চতম ন্যায়ালয়৷ আজি এই সন্দর্ভত ৰিজার্ভ বেংক (আৰবিআই) আৰু কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা শপতনামা বিচাৰিলে দেশৰ শীর্ষ আদালতখনে৷ এই সন্দর্ভত দাখিল হোৱা এলানি আবেদনৰ শুনানি আগন্তুক ৯ নৱেম্বৰত গ্রহণ কৰা হ’ব বুলি ঘোষণাও কৰিছে উচ্চতম…
Read More...