চৰকাৰী কার্যালয়ত হিন্দী ভাষা ব্যৱহাৰৰ প্রস্তাৱ সংসদীয় কমিটীৰ
নিয়মীয়া বাৰ্তা, ১১অক্টোবৰ: হিন্দী ভাষা চৰকাৰী কামত ব্যৱহাৰৰ বাবে সংসদীয় কমিটীয়ে আগবঢ়োৱা প্রস্তাৱ ইতিমধ্যে ৰাষ্ট্রপতিৰ ওচৰলৈ প্রেৰণ কৰা ঘটনাক লৈ দেশৰ বিভিন্ন ৰাজ্য উত্তপ্ত হৈছে৷ প্রস্তাৱত উল্লেখ কৰা হৈছে যে কেন্দ্রীয় বিদ্যালয়, আই আই টিত শিক্ষাদান আনকি হিন্দীভাষী ৰাজ্যৰ উচ্চ ন্যায়ালয় তথা অন্যান্য কার্যালয়ত ইংৰাজীৰ পৰিৱর্তে হিন্দী ভাষা ব্যৱহাৰ কৰিব…
Read More...