সংগীতেই আছিল কে কেৰ প্ৰথম আৰু শেষ প্ৰেম
নিয়মীয়া বাৰ্তা, ১জুন: ভাৰতীয় সংগীত জগতে হেৰুৱালে আন এজন বিশিষ্ট কণ্ঠশিল্পীক৷ এটাৰ পাছত আন এটা গীতেৰে ৯০ৰ দশকৰ পৰা বর্তমানলৈকে লাখ লাখ শ্রোতাক মুগ্ধ কৰা কে কে আৰু নাই৷ মঙলবাৰে নিশা কলকাতাত সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে আকস্মিকভাৱে অসুস্থ হৈ শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ৷
প্রাপ্ত তথ্য…
Read More...