বৃহস্পতিবাৰে ভাৰতলৈ আহিব ৰুছ ৰাষ্ট্রপতি পুটিন
নিউজ ডেস্ক, ২ ডিচেম্বৰ : ৰাছিয়া আৰু ইউক্রেইনৰ মাজত যুদ্ধ আৰম্ভ হোৱা আৰু পাকিস্তানৰ বিৰুদ্ধে ভাৰতে অপাৰেচন সিন্দূৰ চলোৱাৰ পিছত প্রথমবাৰৰ বাবে ভাৰত ভ্রমণলৈ আহি আছে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন৷
২৩সংখ্যক ভাৰত-ৰাছিয়া বার্ষিক সন্মিলনত যোগদানৰ বাবে অহা ৪, ৫ ডিচেম্বৰত ভাৰতত থাকিব পুটিন৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে ৰুছ ৰাষ্ট্রপতিগৰাকীৰ বৈঠক…
Read More...