ছবছৰে এচপৰা ইটাও পৰা নাই বাবৰি মছজিদৰ প্রস্তাৱিত ভূমিত, এতিয়াও আঁতৰা নাই অনিশ্চয়তা
নিউজ ডেস্ক, ৭ ডিচেম্বৰ : ২০১৯ চনৰ ৯ নৱেম্বৰত সর্বোচ্চ ন্যায়ালয়ৰ ৰায়দানে বিবাদিত এলেকাত ৰাম মন্দিৰ নির্মাণৰ বিপৰীতে সেই ঠাইৰ পৰা ২২ কিলোমিটাৰ আঁতৰত ধনীপুৰ গাঁৱত বাবৰি মছজিদৰ বাবে ৫ একৰ ভূমি আবণ্টনৰ নির্দেশ দিয়ে৷
এই নির্দেশৰ ভিত্তিত ২০২০ চনৰ ৫ আগষ্টত শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ট্রাষ্টে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰি ২০২৪ চনৰ ২২ জানুৱাৰীত উদ্বোধন…
Read More...