জুবিনৰ মৃত্যু ৰহস্য : চিআইডি কাৰ্যালয়ত হাজিৰ ছিংগাপুৰৰ প্ৰবাসী অসমীয়া ৰূপকমল কলিতা
ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ অক্টোবৰ : ৰাজ্যবাসীৰ হিয়াৰ আমঠু জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে নাম সাঙোৰ খাই পৰা ছিংগাপুৰস্থিত অসমীয়াসকলৰ এজনে তদন্তত সহযোগ কৰাৰ বাবে আজি চিআইডিৰ ওচৰত হাজিৰ হয়৷ ৰূপকমল কলিতা নামৰ এই প্রবাসী অসমীয়াজনে ইতিমধ্যে আজি আহি চিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে ৷
কাহিলিপাৰা অঞ্চলৰ বাসিন্দা কলিতাক আজি দুপৰীয়া ১২:১০ বজাত কঠোৰ নিৰাপত্তাৰ…
Read More...