নেতাজীৰ কন্যাক এসাঁজ খুৱালে ভাৰতে
নেতাজীৰ জন্মদিনত তেখেতৰ কন্যাক এসাঁজ খুওৱাৰ ব্যৱস্থা কৰা হ'ল সুদূৰ জাৰ্মানীত। স্বাধীনতা যুঁজাৰুগৰাকীৰ ১২৫ সংখ্যক জন্ম দিৱসত বাৰ্লিনত থকা তেওঁৰ কন্যা ডঃ অনিতা বসু ফাফক ভাৰতীয় দূতাৱাসত দিয়া হ'ল নিমন্ত্ৰণ।
#AmbHarishParvathaneni hosted Dr Anita Bose Pfaff for dinner at #IndiaHouse on the eve of 125th Birth Anniversary of Netaji Subhas Chandra…
Read More...