আমেৰিকাৰ ৰোগীৰ দেহত গাহৰিৰ হৃৎপিণ্ডৰ সফল সংৰোপণ
নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ বিশ্বৰ চিকিৎসা বিজ্ঞানত এক ঐতিহাসিক সাফল্য৷ আমেৰিকা যুক্তৰাষ্ট্রত এজন ৰোগীৰ দেহত গাহৰিৰ হূৎপিণ্ডৰ সফল সংৰোপণেৰে চিকিৎসা বিজ্ঞানক নতুন গতি দিলে৷ মানৱ দেহৰ অংগৰ সংকট আঁতৰ হোৱাৰ আশাৰ ৰেঙনি যোগালে আমেৰিকা যুক্তৰাষ্ট্রৰ চিকিৎসকৰ দলে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ইউনিভার্ছিটী অৱ মেৰীলেণ্ড মেডিকেল স্কুলৰ চিকিৎসক বিজ্ঞানীৰ দল এটাই ৫৭…
Read More...