ব্রাজিলৰ প্রাক্তন ৰাষ্ট্রপতি ব’লছ’নাৰক ২৭ বছৰ কাৰাদণ্ড
নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : ২০২২ চনত নির্বাচনত পৰাজিত হোৱাৰ পাছত সেনা বিদ্রোহৰে শাসনৰ গাদীত অধিষ্ঠিত হৈ থকাৰ অভিযোগত দোষী সাব্যস্ত কৰি ব্রাজিলৰ প্রাক্তন ৰাষ্ট্রপতি জেইৰ ব’লছ’নাৰক দেশখনৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ কমিটীয়ে ২৭ বছৰ আৰু ৩ মাহৰ কাৰাদণ্ড বিহে৷
ব্রাছিলিয়াত গৃহবন্দী হৈ থকা প্রাক্তন ৰাষ্ট্রপতিগৰাকীয়ে এই অভিযোগক অস্বীকাৰ কৰিলেও শীর্ষ আদালতৰ…
Read More...