চলন্ত বাইকত ৰাহুল গান্ধীলৈ যুৱকে যাচিলে চুমা, ভিডিঅ’ ভাইৰেল
🔹 নিৰাপত্তাৰক্ষীয়ে যুৱকক শোধালে পূৰ্ণহতীয়া চৰ
নিউজ ডেস্ক, ২৪ আগষ্ট : ভোটাৰৰ স্বাৰ্থ ৰক্ষাৰ বাবে নতুন যাত্ৰাত দেওবাৰে নামিছিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। কিন্তু সেই যাত্ৰাত ৰাহুল গান্ধীক মৰম দেখুৱাই বিপদত পৰে এজন যুৱক ! দেওবাৰে বিহাৰত ভোটাৰ অধিকাৰ যাত্ৰাৰ সময়ত ৰাহুল গান্ধীক সাবটি ধৰি চুমা যাচিলে যুৱকজনে। ৰাহুল গান্ধীক সাবটি ধৰি চুমা যচাৰ ভিডিঅ’…
Read More...