নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

দেশ বিদেশ

পাৰৰ ভৰিত চিঠি বান্ধি দি জম্মু ষ্টেচন উৰুওৱাৰ ভাবুকি

🔹 পাকিস্তানৰ পৰা অহা পাৰ চৰাইৰ ভৰিত ভাবুকি ভৰা টোকা ! নিউজ ডেস্ক, ২২ আগষ্ট : পাৰ চৰাইৰ ভৰিত চিঠি বান্ধি দি জম্মু ষ্টেচন উৰুওৱাৰ ভাবুকি দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জম্মু–কাশ্মীৰৰ আৰএছ পুৰাৰ আন্তর্জাতিক সীমান্তৰ সমীপত বিএছএফে কৰায়ত্ত কৰা পাৰ চৰাই এটাৰ ভৰিত জম্মু ষ্টেচন উৰুৱাই দিয়াৰ ভাবুকি–পত্র লাভ কৰিছে৷ বিএছএছে প্রকাশ কৰা মতে, কালমাৰিয়া…
Read More...

গুৰুতৰ অপৰাধ গোচৰত অপসাৰিত হ’ব প্রধানমন্ত্রী–মুখ্যমন্ত্ৰী-মন্ত্ৰী

🔹 লোকসভাত তিনিখন ঐতিহাসিক বিধেয়ক উত্থাপন গৃহমন্ত্রী অমিত শ্বাহৰ নিউজ ডেস্ক, ২১ আগষ্ট : গুৰুতৰ অপৰাধত জড়িত কোনো…

ৰাষ্ট্রপতি ট্রাম্পৰে আলাস্কা বৈঠক : ছুটকেছত পুটিনৰ মল–মূত্র কঢ়িয়াইছিল…

নিউজ ডেস্ক, ১৯ আগষ্ট : আলাস্কাত আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সৈতে তিনি ঘণ্টা বৈঠকৰ পিছত স্বদেশলৈ ৰাওনা…

আইএছআইৰ হৈ চোৰাংচোৱাগিৰি : ইউটিউবাৰ জ্যোতি মালহোত্রাৰ বিৰুদ্ধে ২,৫০০ পৃষ্ঠাৰ…

নিউজ ডেস্ক, ১৭ আগষ্ট : পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইৰ হৈ চোৰাংচোৱাগিৰি কৰি দেশৰ অতি গুৰুত্বপূর্ণ তথ্য যোগান…

বিশ্বব্যাপী বাটৰুৱা কুকুৰৰ পৰিসংখ্যা, শীর্ষত আমেৰিকা যুক্তৰাষ্ট্র, ১.৫৩ কোটিৰে…

নিউজ ডেস্ক, ১৭ আগষ্ট : দেশৰ ৰাজধানী দিল্লীত বাটৰুৱা কুকুৰ আঁতৰ কৰাক লৈ উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকাৰ মাজতে…

বিমানত বহিয়েই আৱেগিক পোষ্ট, দেশলৈ উভতিল ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

নিউজ ডেস্ক, ১৭ আগষ্ট : ঘৰলৈ উভতিছে ‘শুক্স’। ভাৰতীয় বায়ুসেনাৰ সদস্য কেপ্টেইন শুভাংশু শুক্লাক আমেৰিকাত বিশেষকৈ…

পাকিস্তানত ভয়াৱহ বানত অনাহূত পৰিস্থিতি,  উদ্ধাৰকাৰী হেলিকপ্টাৰ বিধ্বস্ত, ৩০০জনৰ…

নিউজ ডেস্ক, ১৭ আগষ্ট : নেৰানেপেৰা বৰষুণৰ ফলত ভয়াৱহ বানে পাকিস্তান আৰু পিঅ’কেত অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰে ৷…

ভগৱান কৃষ্ণই ন্যায়–কৰুণা, সমাজত শান্তিৰ বার্তা প্রসাৰ কৰিছে

🔹 জন্মাষ্টমীত বাংলাদেশৰ হিন্দুলৈ শুভেচ্ছা মহম্মদ ইউনুছৰ নিউজ ডেস্ক, ১৭ আগষ্ট : সংখ্যালঘু হিন্দুৰ ওপৰত অকথ্য…

টেষ্ট ক্রিকেটে দেশক ‘দেউলীয়া’ কৰি তুলিব

🔹 আইচিচিক সকীয়ালে অষ্ট্রেলিয়াৰ ক্রিকেট মুৰব্বীয়ে নিউজ ডেস্ক, ১৬ আগষ্ট : কিছুদিন পূর্বে সামৰণি পৰিছিল ভাৰত আৰু…