৯টা সন্তান প্রসৱেৰে ছ’চিয়েল মিডিয়াত চর্চিত এগৰাকী মহিলা
নিয়মীয়া বাৰ্তা ৭ মেঃ মালিৰ এগৰাকী মহিলাই ৯টা সন্তান প্রসৱেৰে ছ’চিয়েল মিডিয়াত ব্যাপক চর্চা লাভ কৰিছে৷ প্রাৰম্ভিক অৱস্থাত ৭টা সন্তান জন্ম দিয়াৰ সম্ভাৱনা আছিল যদিও মালিৰ ২৫ বছৰীয়া হালিমা চিছে চিকিৎসালয়ত ৯টা সন্তান প্রসৱ কৰিলে৷ ৯টাকৈ সন্তান জন্ম দিয়া বিশ্বৰ ভিতৰতে বিৰল ঘটনা বুলি প্রকাশ কৰিছে চিকিৎসকসকলে৷
২৫ বছৰীয়া মালিৰ মহিলাগৰাকী উন্নত চিকিৎসাৰ বাবে…
Read More...