মহামাৰী নিয়ন্ত্রণত ব্যর্থ মোদী চৰকাৰ
নিয়মীয়া বাৰ্তা, ৮ মে: কেন্দ্রীয় চৰকাৰৰ ক’ভিড–১৯ নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰিছে কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীয়ে৷ ক’ভিড নীতিক লৈ প্রত্যক্ষভাৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীক আক্রমণৰ লক্ষ্য কৰি লৈ ছোনিয়া গান্ধীয়ে মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্রত মোদী চৰকাৰ বিফল হোৱাই নহয়, জনতাক সুৰক্ষা দিবলৈও ব্যর্থ হৈছে৷ তদুপৰি পৰিস্থিতি…
Read More...