মঙলত ৰ’ভাৰ পাৰছেভাৰেন্স নিয়ন্ত্রণ কৰি আছে ভাৰতীয় বিজ্ঞানীয়ে
নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ ৰঙা গ্রহ মঙলত ৰ’ভাৰ পাৰছেভাৰেন্স সফলতাৰে অৱতৰণ কৰাই ঐতিহাসিক অভিযানৰ অন্যতম ৰূপকাৰ এগৰাকী ভাৰতীয় মহিলা বিজ্ঞানীয়ে কৃতিত্ব লাভ কৰাৰ পিছত আন এগৰাকী ভাৰতীয় বিজ্ঞানীয়ে ৰ’ভাৰ পাৰছেভাৰেন্স পৃথিৱীৰ পৰা নিয়ন্ত্রণ কৰি আছে৷ দক্ষিণ লণ্ডনৰ এখন হেয়াৰ চেলুনৰ ওপৰত অৱস্থিত এটা শোৱনিকোঠাযুক্ত ফ্লেটৰ পৰাই নাছাৰ অধ্যাপক তথা ভাৰতীয় মূলৰ…
Read More...