ৰাষ্ট্রসংঘলৈ এছএফজেৰ ১০ হাজাৰ ডলাৰ
নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ ভাৰতৰ কৃষক আন্দোলনৰ প্রতি সমর্থন জনোৱা মন্তব্যৰ বাবে ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ আয়ুক্ত মিচেল বেচেলেটৰ হাতত ১০ হাজাৰ ডলাৰ অর্পণ কৰিছে বিচ্ছিন্নতাবাদী গোট শিখ ফৰ জাষ্টিচ (এছএফজে)এ৷ শিখ সংগঠনটোৰ পৰা এই কথা স্পষ্ট কৰি দিয়া হৈছে৷ যোৱা ২৬ ফেব্রুৱাৰীত ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৪৬সংখ্যক অধিৱেশনত বেচেলেটে উল্লেখ কৰিছিল যে কৃষক…
Read More...