উত্তৰ–পূব ভাৰতৰ বিৰুদ্ধে চীনৰ নতুন ষড়যন্ত্র
নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ পূব লাডাখত প্রকৃত নিয়ন্ত্রণ ৰেখা (এল এ চি)ত চীন–ভাৰতৰ সেনাৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়তে বেইজিং প্রশাসনে উত্তৰ–পূব ভাৰতৰ হূৎপিণ্ড স্বৰূপ ব্রহ্মপুত্র নদীৰ তিব্বতীয় অংশত এক বৃহৎ জলবিদ্যুৎ প্রকল্প নির্মাণৰ সিদ্ধান্ত গ্রহণ কৰা ঘটনাক লৈ সমগ্র ভাৰতত সৃষ্টি হৈছে প্রতিক্রিয়া৷ দেশখনৰ চৰকাৰী সংবাদ পত্র গ্ল’বেল টাইমছৰ প্রতিবেদন…
Read More...