আলোচনাত নোলাল সমিধান, কৃষক আন্দোলন চলি থাকিব বুলি ঘোষণা
নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ কৃষক আন্দোলনৰ গতিবিধিলৈ চাই চৰকাৰে আজি সন্ধিয়া কৃষক নেতাৰ সৈতে কৰা আলোচনাৰ ইতিমধ্যে অন্ত পৰিছে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এই আলোচনাৰ কোনো সমাধান কিন্তু নোলাল। কৃষিমন্ত্ৰীকে ধৰি ৩ কেন্দ্ৰীয় মন্ত্ৰী আৰু ৩৫গৰাকী কৃষক প্ৰতিনিধিৰ চলা বৈঠকৰ অন্তত ৩ ডিচেম্বৰত আকৌ বৈঠকত বহাৰ সিদ্ধান্ত লোৱা হয়। এইক্ষেত্ৰত কৃষিমন্ত্ৰী…
Read More...