নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

নিয়োগ বাৰ্তা

গুৱাহাটী উচ্চ ন্যায়ালয়ত ২৩৭ পদত মকৰল

 গুৱাহাটী উচ্চ ন্যায়ালয়ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰCentralized Recruitment বিভাগৰRegistrar (Admin cum In-Charge)–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,LDA & Copyistৰ ২৩৭ পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷LDA & Copyistৰ ২৩৭ পদ পূৰণ হ’বলগীয়া জিলাসমূহ…
Read More...

এইমছ ভুবনেশ্বৰ–গুৱাহাটী ১৮ পদত নিযুক্তিৰ সুযোগ

কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ অধীনত পৰিচালিত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান(All…

এয়াৰ ইণ্ডিয়াত ১০৩ পদ খালীঃ খালী পদসমূহ পূৰণ কৰা হ’ব গুৱাহাটী, শিলচৰ আৰু…

এয়াৰ ইণ্ডিয়াৰ অধীনত পৰিচালিত এএআই কার্গো ল’জিষ্টিক এণ্ড এলাইড ছার্ভিচেছ(AAI Cargo Logistics & Allied Services)ত…

গুৱাহাটী বিশ্ববিদ্যালয়ত ৩৮ পদ খালী; আবেদনৰ অন্তিম তাৰিখ ৩ অক্টোবৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিশ্ববিদ্যালয়ৰ…

এনএইচপিচিত মুকলি হৈছে নিযুক্তি লাভৰ সোণালী সুযোগ; ১৭৩ পদৰ বিজ্ঞাপন

এনএইচপিচিত মুকলি হৈছে নিযুক্তি লাভৰ সোণালী সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি এনএইচপিচি কর্তৃপক্ষই…