নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

নিয়োগ বাৰ্তা

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ৩০ পদত মকৰল

ভাৰতৰ সর্বোচ্চ বিচাৰ বিভাগীয় অধিকৰণ আৰু ভাৰতৰ সংবিধানৰ অধীনত সর্বোচ্চ আপীল আদালত উচ্চতম ন্যায়ালয়(Supreme Court of India)ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি উচ্চতম ন্যায়ালয়ৰRecruitment Cell বিভাগৰRegistrar–এ এক নিয়োগ বিজ্ঞাপন ডিএভিপিৰ জৰিয়তে ৰাষ্ট্রীয় সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Court…
Read More...

ভাৰতীয় বায়ুসেনাত ২৫৭ পদত চাকৰিৰ বিজ্ঞাপন

প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনত ভাৰতীয় বায়ুসেনাত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি…

নলবাৰী জলসিঞ্চন বিভাগৰ দক্ষিণ কামৰূপ চক্রৰ অধীক্ষক অভিযন্তাৰ কার্যালয়ত ২২ পদ

অসম চৰকাৰৰ জলসিঞ্চন বিভাগ(Irrigation Department)ৰ অধীনস্থ নলবাৰী জিলাৰ দক্ষিণ কামৰূপ চক্রৰ জলসিঞ্চন…

বৰপেটা বিদেশী ন্যায়াধিকৰণৰ কার্যালয়ত নিযুক্তিৰ সুযোগ

অসম চৰকাৰৰ বিদেশী ন্যায়াধিকৰণৰ ২নং বৰপেটা জিলা কার্যালয়ত খালী হৈছেLower Division Assistantৰ ১টা পদ৷ পদটো অসংৰক্ষিত৷…

অসম পেট্র’কেমিকেলছ লিমিটেডত ৬ পদ খালী; আবেদনৰ অন্তিম তাৰিখ ২৪ ফেব্রুৱাৰী

অসম পেট্র’কেমিকেলছ লিমিটেড(Assam Petro-Chemicals Ltd.)ত খালী হৈছে ৬ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি…