আলফা (স্বা)ৰ কূটাঘাত ৰুধিবলৈ তৎপৰ অসম আৰক্ষী
বিশেষ বাৰ্তা, ২১ ডিচেম্বৰ : ২২ নৱেম্বৰৰ সন্ধিয়া তিনিচুকীয়াৰ কাকপথাৰৰ ডিৰাক কপাহতলীৰ সেনা ছাউনীৰ সমীপত আলফা স্বাধীনে গ্ৰেনেড নিক্ষেপ কৰি বিশেষ কোনো ক্ষতি কৰিব নোৱাৰিলে যদিও জোকাৰি গ’ল ৰাজ্য ৷ সমান্তৰালভাৱে বিস্ফোৰণ সংঘটিত কৰিলে আন দুখনকৈ জিলাত, তাতো লক্ষ্য আছিল ভাৰতীয় সেনা বাহিনী৷ তাৰ পাছতে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ প্ৰতিটো…
Read More...