ম্যানমাৰস্থিত আলফাৰ শিবিৰত বোমাৰে আক্ৰমণ
বাৰ্তা ডিজিটেল ডেস্ক, ৮ জানুৱাৰীঃ ম্যানমাৰস্থিত আলফাৰ শিবিৰত বোমাৰে আক্ৰমণৰ এক খবৰ পোহৰলৈ আহিছে। এই আক্ৰমণৰ কথা স্বীকাৰ কৰি আলফাৰ পৰা এক বিবৃত্তি প্ৰকাশ কৰা হৈছে। আলফাৰ প্ৰচাৰ বিভাগৰ হৈ ৰুমেল অসম স্বাক্ষৰিত এই বিবৃত্তিত কোৱা হৈছে যে ম্যানমাৰিস্থিত আলফাৰ এটা চলমান শিবিৰত কালি তিনিবাৰকৈ বোমাৰে আক্ৰমণৰ কথা কোৱা হৈছে। এই আক্ৰমণত দুজনকৈ আলফা সদস্য আহত…
Read More...