উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ৭.৫৪ লাখ টকাতকৈও অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী জব্দ
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ: ৰে’লত নিষিদ্ধ/অবৈধ সামগ্ৰী পৰিবহনৰ বিৰুদ্ধে অবিৰত যুঁজ অব্যাহত ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে চলিত বৰ্ষৰ ৩০ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰৰ ভিতৰত ৭.৫৪ লাখ টকাৰ অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। নিষিদ্ধ/অবৈধ সামগ্ৰীসমূহ, বিশেষকৈ গাঞ্জা আৰু সুৰা, যিবোৰ উঃ পূঃ সীমান্ত ৰেলৱেৰ বিভিন্ন…
Read More...