মণিপুৰৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি জ্যেষ্ঠ বিজেপি নেতা গণেশনক
ঃ জ্যেষ্ঠ বিজেপি নেতা তথা আৰ এছ এছৰ প্রাক্তন প্রচাৰক লা গণেশনক মণিপুৰৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে৷ কাইলৈৰ পৰা গণেশনে গ্রহণ কৰিব কার্যভাৰ৷ ৰাষ্ট্রপতি প্রাসাদৰ পৰা আজি এক বিবৃতিত এই কথা সদৰী কৰা হৈছে৷ গণেশন হৈছে বিজেপিৰ ৰাষ্ট্রীয় পৰিষদৰ এগৰাকী সদস্য৷ পূর্বে বিজেপিৰ বিভিন্ন পদবীত আছিল নেতাগৰাকী৷ তামিলনাডু বিজেপি গোটৰ সাধাৰণ সম্পাদক পদতো…
Read More...