বন্যপ্ৰাণী অহা-যোৱা কৰা পথত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণ সন্দৰ্ভত সজাগতামূলক কাৰ্যক্ৰম
নিয়মীয়া বাৰ্তা, চিৰাজুলি, ২২ ডিচেম্বৰ : শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ শিঙৰী গেটৰ পৰা দলগাঁও হৈ ওলাই যোৱা নতুন চিৰাজুলি গাঁৱৰ সমীপৰ অসম মালা পথত তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰায়ে বান্দৰ, অজগৰকে আদি কৰি বহু বনৰীয়া জীৱ-জন্তু মৃত্যুমুখত পৰে। বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ (Wildlife Protection Act, 1972)ৰ অন্তৰ্গত প্ৰাণীসমূহক সুৰক্ষা প্ৰদানৰ নিমিত্তে আজি (২২…
Read More...