নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

ধুবুৰীত গৰাকীবিহীন চাৰিটা গো-ধন উদ্ধাৰ আৰক্ষীৰ

আগন্তুক ঈদ-উল আজহাৰ আগে আগে ধুবুৰী চহৰৰ পৰা সামান্য নিলগৰ বৰলুইতৰ মাজৰ এটা সৰু বালিৰ চাপৰিত অভিযান চলাই ধুবুৰী আৰক্ষীৰ এটি দলে গৰাকীবিহীন চাৰিটাকৈ গো-ধন উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। ধুবুৰী চহৰৰ বৰলুইতৰ পাৰৰ ঐতিহ্যমণ্ডিত নেতাই ধুবুৰী পাৰঘাটৰ পৰা কিছু নিলগৰ সেই সৰু চাপৰিটোত আৰক্ষীৰ দল এখন ইঞ্জিনচালিত বোটেৰে উপস্থিত হৈ গৰু কেইটা উদ্ধাৰ কৰে।…
Read More...

ছিপাঝাৰৰ ‘শৈশৱ’ত বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী 

ছিপাঝাৰৰ "শৈশৱ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল" ত অনুষ্ঠিত হৈ যায় বিহুৰ গীতে মাতে এদিন শীর্ষক এক বৰ্ণিল সাংস্কৃতিক…

কোৰবানিক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা

ডিজিটেল ডেস্ক, ২৩ মে' : গৰু কোৰবানিক লৈ বিতৰ্কিত মন্তব্য কৰা বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাক কালি নিশা…

কাছাৰৰ লক্ষীপুৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক মণিপুৰৰ দুই সৰবৰাহকাৰী

ডিজিটেল ডেস্ক, ২৩ মে' : মণিপুৰৰ পৰা নৈ পথেৰে ড্ৰাগছ সৰবৰাহ এক ঘটনা পোহৰলৈ আহিছে। আৰক্ষী আৰু অসম ৰাইফলছৰ অভিযানত…

লখিমপুৰত যাত্ৰীবাহী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, এজনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ২৩ মে' : লখিমপুৰ জিলাৰ দলোহাট তিনিআলিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন…

বহি:ৰাজ্যত কৰ্মসূত্ৰে যোৱা ধন কটকী সন্ধানহীন

বিহালী সমষ্টিৰ অন্তৰ্গত জামুৱনী গাঁও নিৱাসী ধন কটকীয়ে বাংঙ্গালোৰলৈ কৰ্মসূত্ৰে যোৱা ১৫ তাৰিখে ঘৰৰ পৰা ওলাই গৈছিল।…

নাছালৈ নিৰ্বাচিত জোনাক জ্যোতিৰ বাসভৱনত জিলা আয়ুক্ত দেৱাশিস শৰ্মা

ডিজিটেল ডেস্ক, কলিয়াবৰ, ২২ মে' : আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বপ্ৰসিদ্ধ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ এক শিক্ষামূলক…

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত নগাঁৱত আছুৰ বিক্ষোভ সমদল

ডিজিটেল ডেস্ক, নগাঁও, ২২ মে' : অত্যাৱশ্যকীয় সামগ্ৰী, ইন্ধনজাত সামগ্ৰী, পেট্ৰল-ডিজেলৰ লগতে জীৱনদায়িনী ঔষধৰ অবাধ…