বকোত পথ দুৰ্ঘটনা, ঘটনাস্থলীতে নিহত দুই বাইক আৰোহী
বকোৰ বুঢ়াহাড়াত শোকাৱহ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাস্থলীতে নিহত দুজন বাইক আৰোহী।
তীব্ৰবেগত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা।
নিহত আশ্ৰাফুল আনোৱাৰ (১৯) আৰু চাইফুল ইছলাম (১৯)।
দুয়োৰে ঘৰ গৰৈমাৰীত।
ততাতৈয়াকৈ দুয়োকে ভৰ্তি কৰো হৈছিল বকো চিকিৎসালয়ত।
বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দুয়োকে মৃত ঘোষণা।
ডিজিটেল ডেস্ক, ৩১ অক্টোবৰ
Read More...