নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

পাথাৰকান্দিৰ দোহালিয়া-ঘিলৌৰটকত প্ৰশাসন উচ্ছেদ অভিযান

শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিৰ দোহালিয়াত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। দুটা দলত বিভক্ত হৈ দুইফালে চলি আছে উচ্ছেদাভিযান। দোহলিয়া আৰু ঘিলৌৰটক এলেকাৰ ঘৰবাৰী আৰু দোকান পোহাৰ মিলি ২৮ অবৈধ দখলদাৰীক উচ্ছেদ চলোৱা হৈ আছে। কথা মতে কাম। যোৱা ১ ছেপ্টেম্বৰত মহিলা উদ্যমীকৰণৰ চেক বিতৰণ অনুষ্ঠানত পাথাৰকান্দিত আহি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা…
Read More...

সন্তানক স্কুলত থ’বলৈ আহি থিতাতে নিহত পিতৃ, কলিয়াবৰত দুৰ্ঘটনা

নিজ সন্তানক স্কুলত থ’বলৈ আহি দুৰ্ঘটনাত থিতাতে নিহত পিতৃ। আহত ছাত্ৰী। কলিয়াবৰ উলুৱনী ৭১৫নং ৰাষ্ট্ৰীয় পথত…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ধেমাজি জিলা ছাত্র সন্থাৰ অৱস্থান বিক্ষোভ

নিয়মীয়া বাৰ্তা, ধেমাজি, ১৪ অক্টোবৰ : অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ২৬ দিন অতিক্ৰম কৰাৰ পিছতো অসমৰ…

মিঞাৰ আগ্রাসনৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : টাইপা

অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আজি টাই আহোম যুৱ পৰিষদ, অসমৰ কেন্দ্রীয় সমিতিয়ে শিৱসাগৰ প্ৰেছ ক্লাৱত এক সংবাদ…

গোৱালপাৰাত ভয়ংকৰ বাছ দুৰ্ঘটনা, আহত কেইবাজনো যাত্ৰী

গোৱালপাৰাৰ আগিয়াৰ বাবুপাৰাত সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা গুৰুতৰভাৱে আহত হয় কেইবাজনো বাছ যাত্ৰী বাছ…

জুবিনৰ মেনেজাৰ সিদ্ধার্থৰ পানীৰ ফেক্টৰী মহাবীৰ একুৱা ছীল

🔹 বকোৰ চাটাবাৰীত এছআইটিৰ অভিযান ডিজিটেল ডেস্ক, ১৪ অক্টোবৰ : অসমীয়াৰ আৱেগ জুবিন গার্গক ব্যৱহাৰ কৰি সোঁৱে–বাঁৱে…

আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা আচামী বগাক গ্ৰেপ্তাৰ

ছিপাঝাৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা আচামীক পুনৰ গ্ৰেপ্তাৰ দীপাংকৰ ডেকা ওৰফে বগাই আৰক্ষী বাহনৰ পৰাই পলায়ন…

ছিপাঝাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান, ২৫০ বিঘা ভূমি বেদখলমুক্তৰ লক্ষ্য!

আজি ছিপাঝাৰৰ ধলপুৰত চলিব সাজু দৰং প্ৰশাসনৰ উচ্ছেদ অভিযান গৰুখুটি কৃষি প্ৰকল্পৰ দাঁতিকাষৰীয়া ১৬৭টা পৰিয়ালক…