লোক্ৰাত তেজপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন
নিয়মীয়া বাৰ্তা, বালিপৰা, ১৩ অক্টোবৰ : শোণিতপুৰৰ লোক্ৰাৰ বুঢ়াগাঁও মধ্য ইংৰাজী বিদ্যালয়ত কালি তেজপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ ২৯ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনখন বালিপৰা খণ্ড মধ্য ইংৰাজী শিক্ষক সন্থাৰ আতিথ্যত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয় ।
অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি সন্থাৰ পতাকা উত্তোলন, অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, জুবিন…
Read More...