গৰিমাই উন্মোচন কৰিলে ‘তৰাৰ দেশলৈ সংগীতৰ ভগৱান জুবিন’ গ্ৰন্থ, সংগীতৰ ভগৱানক লৈ সাংবাদিকৰ প্ৰয়াস
নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰ : অসমবাসীৰ প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হোৱাৰ আজি ২৪টা দিন অতিক্ৰম কৰিলে । চৰকাৰৰ তদন্ত প্ৰক্ৰিয়া চলি আছে । তাৰ পিছতো অসমবাসী আশ্বস্ত হ'ব পৰা নাই । মানুহজন কিয় নোহোৱা হ'ল, কেনেকৈ নোহোৱা হ'ল, ক্ষোভ আৰু যন্ত্ৰণাত মানুহে অহৰহ চিঞৰি আছে ন্যায়ৰ বাবে । আৰু এই ন্যায় নোপোৱালৈকে মানুহ ক্ষান্ত নহয় । সেই কথাই স্পষ্ট কৰি দিলে…
Read More...