আজিৰ দিনটোৰ ৰাশিফল
আজি ১১ ছেপ্টেম্বৰ, ভাদ মাহৰ ২৫ তাৰিখ
বৃহস্পতিবাৰ : তিথি–কৃষ্ণা চতুর্থী, নক্ষত্র : অশ্বিনী, যাত্রা : নাই
মেষ : পুৰণা মামলা–মোকর্দমা নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সাফল্য৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য৷ প্রেমত আৱেগ৷ শুভ ৰং পাতল নীলা৷ শুভ সংখ্যা ৩৷
বৃষ : পৈতৃক সম্পত্তি লাভৰ ক্ষেত্রত বিলম্ব৷ অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকট মুক্তি আৰু…
Read More...