সুধাকণ্ঠ বন্দনাৰে উদ্বেলিত ৰাজ্যৰ আকাশ–বতাহ :বর্ণিল আয়োজনেৰে আজি ড০ ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ
ডিজিটেল ডেস্ক, ৮ ছেপ্টেম্বৰ : অসমৰ সাংস্কৃতিক ঐতিহ্যক বিশ্ব দৰবাৰত প্রতিষ্ঠিত কৰি অসমীয়া জাতিক সমৃদ্ধ কৰা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ আজি ওপজা দিন৷ মানৱতা আৰু সমন্বয়ৰ বার্তাৰে বিশ্বৰ বুকুত সাঁচ ৰাখি যোৱা সুধাকণ্ঠৰ শততম ওপজা দিন উদযাপন কৰিবলৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যাপক প্রস্তুতি৷ ইতিমধ্যে শদিয়াৰ পৰা ধুবুৰীলৈ সুধাকণ্ঠৰ গীত–মাতেৰে আকাশ–বতাহ…
Read More...