সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ বঙাইগাঁও নগৰ সমিতিৰ ‘মিছন তিৰংগা’
🔹 নাককাটি পাহাৰৰ চূড়াত ত্ৰিৰংগা উৰুৱালে যুৱক-যুৱতীৰ দলে
বিশেষ বাৰ্তা, ১৭ আগষ্ট : সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ বঙাইগাঁও নগৰ সমিতিয়ে দেশৰ ৭৯সংখ্যক স্বাধীনতা দিৱস উপলক্ষে "মিছন তিৰংগা" শীৰ্ষক এক অনুষ্ঠান হাতত লয় । মিছন তিৰংগাত ৫০জনীয়া যুৱক-যুৱতীৰ দল এটাই প্ৰশিক্ষক হিম্মত বড়োৰ তত্ত্বাৱধানত প্ৰত্যেকে হাতত ৰাষ্ট্ৰীয় পতাকা লৈ বঙাইগাঁৱত অৱস্থিত প্ৰখ্যাত…
Read More...