ৰাজ্যৰ ৮ লাখ বিঘা চৰকাৰী–বনভূমি আছে বেদখলকাৰীৰ কবলত : মুখ্যমন্ত্রী ড০ শর্মা
🔹 অসমীয়াক সংখ্যালঘু কৰাৰ চক্রান্তৰে চৰকাৰী ভূমি দখলৰ চেষ্টা
বিশেষ বাৰ্তা, ১৩ জুলাই : গোৱালপাৰা–বঙাইগাঁও জিলাত শেহতীয়াকৈ চলা উচ্ছেদক কেন্দ্র কৰি সৃষ্টি হোৱা ৰাজনৈতিক বিতর্ক তথা বিৰোধীয়ে ৰাজ্য চৰকাৰক অমানৱীয়ভাৱে তথা ভাৰতীয় নাগৰিকক উচ্ছেদ কৰা বুলি কৰি অহা সমালোচনাৰ প্রত্যুত্তৰ দিয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ প্রত্যুত্তৰ দিয়াই নহয়, উচ্ছেদক…
Read More...