আজি ২২ মে’ : জানক দিনটোৰ ৰাশিফল
জেঠ মাহৰ ৮ তাৰিখ
বুধবাৰঃ তিথি– শুক্লা চতুর্দ্দশী, নক্ষত্রঃ স্বাতী, যাত্রাঃ নাই
মেষঃ বৈষয়িক অৱস্থাৰ স্বল্পাধিৰ উন্নতি সম্ভৱ৷ এই সময়ছোৱাত শিল্পীসকলৰ প্রাপ্য সন্মান লাভে আনন্দৰ কাৰকতা৷ কর্মসূত্রত যোগ আছে৷ বিদ্যাত জটিলতা৷ দাম্পত্যত মতানৈক্য৷ শুভ ৰং ৰঙা৷
বৃষঃ কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ ৰাজহুৱা কর্মত জড়িতসকলে সহানুভূতি লাভ কৰিব৷ জ্যেষ্ঠজনক…
Read More...