অইলৰ অধ্যক্ষতাত টিঅ’এলআইচি, দুলীয়াজানৰ ৪৫সংখ্যক বৈঠক সম্পন্ন
নিয়মীয়া বাৰ্তা, ২২ মে’ : অইল ইণ্ডিয়া লিমিটেডৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয় দুলীয়াজানৰ অধ্যক্ষতাত ২১ মে'ত নগৰ ৰাজভাষা কাৰ্যান্বয়ণ সমিতি, দুলীয়াজান (Town Official language implementation Commitee, Duliajan, নৰাকাস)ৰ ৪৫সংখ্যক বৈঠকখনি অনুষ্ঠিত হৈ যায়। অইলৰ জনসম্পৰ্ক বিভাগৰ মহাপ্ৰবন্ধক ৰথিন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত বৈঠকত ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা…
Read More...