বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ৰ দলীয় কাপোৰ ছিঙি জ্বলাই দিয়াক লৈ চাঞ্চল্য
নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ৩ এপ্ৰিল : চামগুৰিত পুনৰ নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হোৱাত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। যাৰ বাবে চামগুৰিত পুনৰ উত্তপ্ত হৈ পৰিছে নিৰ্বাচনী পৰিস্থিতি।
বিজেপিৰ অভিযোগ অনুসৰি, যোৱানিশা পেনাইস্থিত তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত কংগ্ৰেছ কৰ্মীয়ে অগ্নিসংযোগ কৰে। নিশা আন্ধাৰৰ সুযোগ লৈ বিজেপি দলৰ নিৰ্বাচনী কাৰ্যালয়ৰ…
Read More...