মানকাচৰত নিশা ফ্লায়িং স্কোৱাডৰ অভিযান, বৃহৎ পৰিমাণৰ নগদ ধন জব্দ
ডিজিটেল ডেস্ক, মানকাচৰ, ২ এপ্ৰিল : ৰাজ্যত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে সক্ৰিয় হৈ উঠিছে প্ৰশাসন। নিৰ্বাচনী আচৰণবিধি উলংঘা ৰোধ কৰিবলৈ গঠন কৰা ফ্লায়িং স্কোৱাডৰ দলে নিশা মানকাচৰত এক অভিযান চলাই বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়।
মানকাচৰৰ জাংগাল এলেকাত নাজিৰ হোছেইনৰ নেতৃত্বত ফ্লায়িং স্কোৱাডৰ দলে নিয়মীয়া তালাচী চলাই থকাৰ সময়তে এখন বাহনত…
Read More...