হায়াৰ ছেকেণ্ডাৰীত এশ শতাংশ উত্তীৰ্ণৰে উজলিল কলংপাৰ কনিষ্ঠ মহাবিদ্যালয়
নিয়মীয়া বাৰ্তা, ৯ মে' : উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁও জিলাৰ পুৰণিগুদাম কলংপাৰ মাধ্যমিক আৰু কনিষ্ঠ মহাবিদ্যালয় খনে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ কনিষ্ঠ মহাবিদ্যালয়ৰখনৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা আটাইকেইজন ছাত্ৰ ছাত্ৰীয়ে সফলতাই উত্তীৰ্ণ হোৱাত আজি কনিষ্ঠ মহাবিদ্যালয়…
Read More...