বটামাৰী গাঁও উন্নয়ন সমিতিৰ প্ৰশংসনীয় পদক্ষেপ
🔹 ৰাজহুৱা স্থানত ৫০০ গছপুলি ৰোপণ
নিয়মীয়া বাৰ্তা, ১০ মে' : ওদালগুৰি জিলাৰ খৈৰাবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বটামাৰী গাঁৱৰ ৰাইজে গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ । বটামাৰী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আজি ৰাজহুৱা স্থানত ৫০০ গছপুলি ৰোপণ কৰে গাঁওখনৰ ৰাইজে । আজি গাঁওখনৰ ৰাইজে ওলাই আহি গাঁওখনৰ বৃহৎ ৰাজহুৱা পুখুৰী চৌহদৰ লগতে পথৰ দাঁতিত ৰোপণ কৰে চেগুন,…
Read More...