১০০ সমষ্টিত জয়েৰে ২০২৬ত মুখ্যমন্ত্ৰী হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ এপ্ৰিলঃ কংগ্ৰেছে নিৰ্বাচনৰ সময়ত বিশেষকৈ সংখ্যালঘু মানুহক ভয় খুৱায়। তেওঁলোকে ভয় খুৱায় যে বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙি দিব।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। ৯নং নগাঁও লোকসভা সমষ্টিৰ বিজয় সংকল্প সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কংগ্ৰেছে নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰকাৰে সংখ্যালঘু মানুহক ভয় খুৱায়। আগতে কৈছিল বিজেপি…
Read More...