১২ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল
আজি ১২ মার্চ, ফাগুন মাহৰ ২৭ তাৰিখ
বৃহস্পতিবাৰ : তিথি–কৃষ্ণা নৱমী, নক্ষত্র : মূলা, যাত্রা : নাই
মেষ : আর্থিকত পোৱা কষ্ট কিছু হ’লেও লাঘৱ হ’ব৷ বিদ্যাত মধ্যম৷ দাম্পত্যত চিন্তা থাকিব৷ ব্যৱসায়ত আয় বৃদ্ধি পাব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৯৷
বৃষ : আয়–উপার্জনৰ ক্ষেত্রত বাধা আঁতৰিব৷ বিদ্যাত বেয়া নাযায়৷ ব্যৱসায়ত মধ্যম উন্নতি৷ প্রেম-প্রণয়ত সুখ বৃদ্ধি পাব৷ শুভ…
Read More...