ধুবুৰীত আৰক্ষীৰ জালত মটৰচাইকেল চোৰ ছাদ্দাম-ৰিয়াজুল
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ যোৱাকালি ধুবুৰী আৰক্ষীৰ এটি দলৰ অভিযানত দুজনকৈ মটৰ চাইকেল চোৰ কৰায়ত্ত হোৱাৰ বিপৰীতে চাৰিটাকৈ চুৰি হোৱা মটৰচাইকেল উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, কালি ধুবুৰী সদৰ থানাৰ চহৰ উপ-পৰিদৰ্শকৰ নেতৃত্বত আৰক্ষীৰ বাইকাৰ্চ দলে এজন চোৰক মটৰ চাইকেল চুৰি কৰাৰ সময়ত হাতে-লোটে কৰায়ত্ত কৰে। ধৃত সেই চোৰজনৰ…
Read More...