চৰাইদেউত হস্তনির্মিত বন্দুকসহ চাৰি দুর্বৃত্তক আটক
চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৱৰ্তী চিংলপথাৰ টঙীয়া গাঁৱত শুকুৰবাৰে চাৰিটা হস্তনির্মিত বন্দুকসহ চাৰিটা দুর্বৃত্তক আটক কৰা হয়। আটকাধীন দুর্বৃত্তকেইটা হৈছে টঙীয়া গাঁৱৰ চিনা তাঁতী, অজয় তাঁতী, চুক্ষৰা মুণ্ডা আৰু হৰেশ তাঁতী।
চৰাইদেউ CRPF NEZ QRT 2 বাহিনীয়ে আৰক্ষীৰ সহযোগত এক অভিযান চলাই আটক কৰে দুর্বৃত্তকেইটাক। আটকাধীন…
Read More...