নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

তামুলপুৰত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত কিশোৰী

তামুলপুৰত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এগৰাকী কিশোৰী। নিহত কিশোৰীগৰাকী ভূটান সীমান্তৰ বেলতল খৈৰাণীৰ সুলেখা বৰ্মন (১৩)। আজি পুৱা ৬ মান বজাত শোৱাপাটিৰ পৰা উঠি পদূলিমুখলৈ ওলাই আহোঁতে হঠাৎ এটা অকলশৰীয়া বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত প্ৰাণ হেৰুৱায় কিশোৰীগৰাকীয়ে ৷ উল্লেখ্য যে যোৱা ১৪ আৰু ১৮ জানুৱাৰীতো দিনৰ পোহৰতে হাতীৰ আক্ৰমণত নিহত হৈছিল দুজনকৈ  লোক।…
Read More...

কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ বিৰোধিতা গৌৰৱ গগৈৰ, ৰাজ্যজুৰি প্রতিক্রিয়া

আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রায় ৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে কাজিৰঙাত এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন…

কলিয়াবৰৰ মৌচন্দা পথাৰত আজি প্রধানমন্ত্রীৰ বিশাল জনসভা

ডিজিটেল ডেস্ক, ১৮ জানুৱাৰী : নগাঁও জিলাৰ কলিয়াবৰ চিলাবন্ধা গাঁৱৰ মৌচন্দা পথাৰত আজি ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র…

পাটাছাৰকুছি শাখা সাহিত্য সভাৰ উদ্যোগত জ্যোতি দিৱস পালন

অসম সাহিত্য সভাৰ আহ্বান মৰ্মে আজি পাটাছাৰকুছি শাখা সাহিত্য সভা (শতদল)ৰ উদ্যোগত 'জ্যোতি দিৱস' সভাৰ আজীৱন সভ্য…

ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন সৈনিক নোমল চন্দ্ৰ গগৈৰ মৃত্যুত শোক

ন-আলি ঢেকীয়াজুলি উত্তৰ হাতীচুঙী গাঁও নিৱাসী তথা ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন সৈনিক নোমল চন্দ্ৰ গগৈৰ (৭২) কালি…

বিশিষ্ট শিল্পী সমৰ হাজৰিকা-ধনদা পাঠকলৈ ২০২৬ বৰ্ষৰ ‘শিল্পী বঁটা’

বিশেষ বাৰ্তা, ১৭ জানুৱাৰী : অসম চৰকাৰৰ ২০২৬ বর্ষৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা…

দুদিনীয়া ভ্রমণসূচীৰে আজি অসমলৈ আহিব প্রধানমন্ত্রী মোদী

ডিজিটেল ডেস্ক, ১৭ জানুৱাৰী : দুদিনীয়া কার্যসূচীৰে উন্নয়নৰ বার্তা লৈ আজি পুনৰ অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী…