সীমা সমস্যাঃ বৰফ গলিবনে?
এখন অসম ভাঙি সাতখন ৰাজ্য হ’ল৷ কিন্তু কোনো এখন ৰাজ্যৰ সৈতে অসমৰ সীমা সঠিকভাৱে নির্ধাৰণ নহ’ল৷ মানে ইয়াক সমস্যা ৰূপে কাললৈ জীয়াই ৰখা হ’ল৷ সমস্যাটোক অসমৰ কোনো কোনো সংগ্রামী পক্ষই কেন্দ্রৰ চক্রান্ত আখ্যা দি আহিছে৷ তেওঁলোকৰ মতে, সাতভনীৰ ৰাজ্যকেইখনৰ মাজত যাতে কাহানিও ঐক্য গঢ় লৈ উঠিব নোৱাৰে, তাৰ বাবে জীয়াই ৰখা হৈছে সীমা সমস্যাটোক৷ মোৰ মনে তেনেকৈ নকয়৷…
Read More...