মনোবল
ৰোগে শৰীৰটোক দুর্বল কৰি তুলিলে মানুহজনক পুষ্টিকৰ আহাৰ খাবলৈ উপদেশ দিয়া হয়৷ মনটো যেতিয়া দুর্বল হয়, তেতিয়া কি কৰিব লাগিব? মনটোকো দিব লাগিব মনোবল বৃদ্ধি কৰিব পৰা জ্ঞানগর্ভ উপদেশ তাৰ লগত যোগ হ’ব লাগিব জীৱন্ত উদাহৰণ৷
দুয়োটা বস্তুৰে প্রধান উৎস হ’ল কিতাপ৷
ৰোগ আৰু যন্ত্রণাৰ বিৰুদ্ধে সংগ্রামেই হৈছে মানৱ জাতিৰ আটাইতকৈ দীঘলীয়া আৰু বিৰামবিহীন সংগ্রাম৷ এই…
Read More...